ঘৰতে বহি দিনে ৫০০ টকাকৈ উপাৰ্জন কৰক || How To Earn 500 Rupees Every Day From Home ?

   ঘৰতে বহি দিনে ৫০০ টকাকৈ উপাৰ্জন কৰক ( Earn 500 Rupees Every Day From Home ) । এই বাক্য সাৰ শুনাৰ লগে লগেই আমাৰ মনটো উৎফুল্লিতহৈ পৰে আৰু আমাৰ মনত কিছু প্ৰশ্নই জাঙুৰ খাই ধৰে। যেনে - ঘৰতে বহি দিনে ৫০০ টকাকৈ উপাৰ্জন কৰাটো সম্ভৱ জানো ? নাই সম্ভহবেই নহয়,ই ফাঁকি দি আছে । যদি সচাই উপাৰ্জন কৰিব পাৰি আমি কি কৰিব লাগিব ? আমাৰ আকৌ পইচা যাব নিকী ? নে আমাৰ পৰা পইচা লুটিবহে আহিছে । ৰব-ৰব অলপ ব্ৰেক মাৰক । মানে আপোনাৰ চিন্তাত ব্ৰেক মাৰক । আপোনাৰ গোটেই প্ৰশ্ন বোৰৰ উত্তৰ দিবৰ বাবেই মই এই Post টো লিখিলোঁ । এই Post টোতেই আপোনাৰ সকলো প্ৰশ্নৰ উত্তৰ পাব লগতে হয়তো ঘৰতে বহি দিনে ৫০০ টকাকৈ উপাৰ্জনো কৰিব পাৰিব । ( Earn 500 Rupees Every Day From Home )


ঘৰতে বহি দিনে ৫০০ টকাকৈ উপাৰ্জন কৰক || How To Earn 500 Rupees Every Day From Home ?

                ঘৰতে বহি দিনে ৫০০ টকাকৈ উপাৰ্জন কৰক


               

           পইচা উপাৰ্জন Money Earning কৰাটো নিশ্চিত ভাবে এটা টান কাম । তাতে আকৌ যদি Online Money Earning ৰ কথা আহি পৰে সেইটো নিশ্চিত ভাবে আৰু জটিলহৈ পৰে । কাৰণ Internet ত এনেধৰণৰ বহুতো Application আছে যিয়ে আপোনাক বহুতো পইচা উপাৰ্জন কৰাৰ লালশ দেখুৱাই আপোনাৰ গোটেই Personal Data ( মবাইল নম্বৰ , ইমেইল আইদি , আপোনাৰ লোকেচন ইত্যাদি ) লৈ লয় আৰু সেই Information বোৰ Amazon,Flipkart আদিৰ দৰে কম্পেনীবোৰক বেছি নিজৰ পকেট গৰম কৰে । অৱশেষত আপুনিহে আপোনাৰ মূল্যবান সময়, মবাইল ডাটা,আপোনাৰ গোপনিয়তা ( Personal Data ) ইত্যাদিৰ লোকচান উঠাব লগা হয় । সেইবাবেই আজি মই আপোনালোকক ২ টা এনে ধৰণৰ Mobile Application ৰ কথা কম যিকেইটাৰে আপুনি ঘৰত বহি দিনে ৫০০ টকাটো উপাৰ্জন কৰিব নোৱাৰে কিন্তু প্ৰতিমাহে ২৪৯ টকা হওক বা ২৯৯ টকাই হওক আপোনাৰ মবাইলটো বা চিমখনত Recharge কৰাত সহায় কৰিব সম্পূৰ্ণ গেৰাণ্টিৰ সৈতে । যাক আপোনি Google Play Store ৰ পৰাই ডাউনলোড কৰিব পাৰিব ।

 

 ইয়াৰে প্ৰথমটো Application হল Pocket Money


How To Earn Money From Pocket Money App In Assamese ( Poker Money App ৰ পৰা কেনেকৈ পইচা উপাৰ্জন কৰিব পাৰি ? )


     

    Pocket Money হৈছে Adways VC India Pvt. Ltd. ৰ দ্বাৰা পৰিচালিত এটা Application । যিটোৰ Google Play Store ত ১ কোটিতকৈও অধিক ডাউনলোড আছে আৰু ৩ লাখৰো অধিক লোকৰ পৰা ৪.২ ৰেটিং পাই থৈছে । ইয়াৰ পৰাই আপোনি অনুমান কৰিব পাৰে যে এই Application টো কিমান বিশ্বাসযোগ্য ।


       এই Application টো আপুনি কিছুমান সৰু-সৰু নিউজ আৰ্টিকেল পঢ়ি , কিছুমান সৰু-সৰু Task কম্পিলিত কৰি মানে দিনটোৰ ১০-১৫ মিনিট খৰছ কৰি প্ৰতি মাহে কমেও ৫০০ পৰা ৮০০ টকা উপাৰ্জন কৰিব পাৰে । লগতে আপোনাৰ যদি বহুতো বন্ধু বৰ্গ আছে তেতিয়াহলে ইয়াৰ পৰা আপুনি Referral And Earn কৰি মাহে কমেও ৩০০০ হাজাৰ টকা উপাৰ্জন কৰিব পাৰিব । উপাৰ্জন কৰা টকা খিনি আপুনি বিচাৰিলে Paytm Wallet ত লব পাৰে বা তাৰ পৰাই মোবাইল ৰিচাৰ্ছ কৰিব পাৰে ।

       আপুনি যদি মোৰ Referral Number টো ব্যৱহাৰ কৰে Pocket Money Application টোৱে কেইটকামান টকা  আপোনাক উপহাৰ স্বৰূপে দিব যিকেইটাক পাছলৈ আপুনি উলিয়াই লব পাৰিব। 


মোৰ Referral Number ---veF0Xc

 


  আমাৰ লিষ্টৰ দৃতীয় নম্বৰত আছে Roz Dhan App


How To Earn Money From Roz Dhan App In Assamese ? ( Roz Dhan App ৰ জৰিয়তে কিদৰে পইচা উপাৰ্জন কৰিব পাৰি ? )

    

      Roz Dhan হৈছে ভাৰতৰ এটা জনপ্ৰিয় Online Earning Application । App টোক Google Play Store পৰা ১ কোটিৰো অধিক লোকে ডাউনলোড কৰিছে আৰু ২ লাখ লোকৰ দ্বাৰা ৪.০ ৰেটিং পাবলৈ সক্ষম হৈছে । Pocket Money Application টোৰ দৰেই ইয়াতো বিভিন্ন ধৰণৰ নিউজ পঢ়ি , বিভিন্ন ধৰণৰ Game খেলি প্ৰত্যেক মাহে ৮০০ পৰা ১৫০০ টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰিব । লগতে আপোনাৰ বন্ধু সকলক Referral কৰি ইয়াৰ পৰা মাহে ৪০০০ টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰিব । আপুনি জিকা বা উপাৰ্জন কৰা টকা বোৰক আপুনি বিচাৰিলে চিধা বেংকলৈ Transfer কৰিব পাৰিব । 

         

       আগৰটোৰ দৰেই আপুনি যদি ইয়াত মোৰ Referral Number টো ব্যৱহাৰ কৰে Roz Dhan Application টোৱে কেইটকামান টকা  আপোনাক উপহাৰ স্বৰূপে দিব যিকেইটাক পাছলৈ আপুনি উলিয়াই লব পাৰিব। 


তলত ক্লিক কৰি ডাউনলোড কৰক👇




    জয় আই অসম